Home ৰাজ্যলাহৰিজান টিলা বস্তিত আমছুৰ শিক্ষা সজাগতা সভা

লাহৰিজান টিলা বস্তিত আমছুৰ শিক্ষা সজাগতা সভা

by News Desk
62 views
A+A-
Reset

ডিফুঃ কাৰ্বি আংলং নাগালেণ্ড সীমান্তঞ্চলত সংখ্যালঘু ৰাইজৰ মাজত শিক্ষা সন্দৰ্ভত সজাগতা আনিবলৈ আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ কাৰ্বি আংলং জিলা সমিতিৰ দুদু কলনি বালিজান আঞ্চলিক সমিতৰ উদ্যোগত আজি লাহৰিজান টিলা বস্তিত মন্নান আলিৰ পৌৰিহিত্যত এখনি শিক্ষা সজাগতা সভা অনুষ্ঠিত হৈ যায়৷

সভাখনত আমন্ত্ৰিত অতিথি হিছাপে উপস্থিত থাকে আমছুৰ ৰাজ্যিক উপসভাপতি আলী হুছেইন, আমছু বকলিয়াঘাট আঞ্চলিকৰ সভাপতি সেখ জামিল, দুদু কলনি বালিজান আঞ্চলিকৰ সভাপতি আব্দুল মন্নান, সাধাৰণ সম্পাদক শ্বাহবাজখান, আমছু বৰলেংৰিৰ আঞ্চলিক সভাপতি আব্দুল বাচিত, দুদু কলনি আঞ্চলিকৰ ক্ৰীড়া সম্পাদক মাইনুল হুছেইন ওজা, স্থানীয় গাঁওবুঢ়া জহৰ উদ্দিন,  ডিফুৰ বিশিষ্ট নাগৰিক আব্দুল মতিন তালুকদাৰ, ডিফুৰ সাংবাদিক ছাইদুল ইছলাম৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0