Home দেশবাবা এতিয়া জেলত!

বাবা এতিয়া জেলত!

by News Desk
A+A-
Reset
5-650_011615014703

ডিজিটেল ডেস্কঃ এ চি আছে৷ টিভিও আছে৷ আছে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা৷ লগত এগৰাকী সহায়ক৷ এয়া কোনো তাৰকাযুক্ত হোটেলৰ কোঠাৰ বৰ্ণনা নহয়৷ এয়া পঞ্জাৱৰ ৰোহতক নামৰ জেইলখনৰ এটা চেল৷ য’ত কালিৰে পৰা কয়দীৰ জীৱন কটাইছে ‘ডেৰা সচ্ছা চৌদা’ৰ অধিকাৰী বাবা গুৰমিত ৰাম ৰহিম৷

২০০২ চনত দুগৰাকী নাৰীক বলাৎকাৰৰ দোষত অভিযুক্ত ধৰ্মীয় গুৰু গুৰমিত ৰাম ৰহিমৰ অভিযোগৰ শুনানি কালি পঞ্চকুলা বিশেষ চিবিআইয়ে প্ৰদান কৰে৷ কালি চিবিআইৰ শুনানিৰ পাছত অভিযুক্ত ৰাম ৰহিমক ৰোহতক জেললৈ প্ৰেৰণ কৰা হয়৷ পিছে জেইলত ভিআইপিৰ সন্মান লাভ কৰা বলাৎকাৰী ৰাম ৰহিমৰ ৰাতি টোপনিহে নাহিল৷ এক বিশেষ সূত্ৰই সাংবাদিকক জনোৱা মতে ৰাম ৰহিমে হেনো গোটেই নিশা জেলৰ বন্ধ চেলৰ ভিতৰত পাইচাৰি কৰিয়ে কটাই দিলে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0