51
newsnextone.com | ডিজিটেল ডেস্কঃ আশাৰাম বাপু, ৰাম ৰহিম, ৰামপাল আদিবোৰ একো একোজন ধৰ্মগুৰু আছিল৷ এই গুৰু বা বাবা সকলে মানুহৰ অন্ধবিশ্বাসৰ সুযোগ লৈ ধৰ্মৰ নামত এক বিশাল বজাৰ গঢ়ি তুলিবলৈ সক্ষম হৈছিল৷
আনহাতে মানুহৰ বিশ্বাসৰ আঁৰত এইকেইজন ভণ্ড বাবাই বিভিন্ন অসমাজিক কামতো লিপ্ত আছিল৷ মহিলাক ধৰ্ষণ আৰু নিৰ্যাতন চলোৱাৰ অভিযোগত দোষী সাব্যস্ত হৈ আশাৰাম বাপু, গুৰমিত ৰাম ৰহিম, ৰামপাল আদি ভণ্ড ধৰ্মগুৰুৱে সদ্যহতে কাৰাগাৰত বন্দী জীৱন কটাবলগীয়া হৈছে৷