56
ডিব্ৰুগড়ঃ দীননাথ বাবাৰ ভক্ত কম নহয় উজনি অসমত৷ ধৰ্মগুৰু বুলি খ্যাতি থকা দীননাথ বাবাৰ বয়স ৯২ বছৰ। বাবাক দেখিলেই সেৱা লৈ ভক্তিত গদ গদ হৈ পৰে বহু লোক৷ বহিঃৰাজ্যৰ পৰা প্ৰতি তিনি মাহৰ মূৰে মূৰে ডিব্ৰুগড় চহৰলৈ আহে এই বাবা।
CLICK► এই Blue Whale গেমনো আচলতে কি? Real নে Fake!