Home ৰাজ্যনলবাৰী চক বজাৰ কমাৰ্চ কলেজ সংযোগী পথৰ কদৰ্যময় ৰূপঃ পথত সৃষ্টি পুখুৰী সদৃশ প্ৰকাণ্ড গাঁত

নলবাৰী চক বজাৰ কমাৰ্চ কলেজ সংযোগী পথৰ কদৰ্যময় ৰূপঃ পথত সৃষ্টি পুখুৰী সদৃশ প্ৰকাণ্ড গাঁত

by News Desk
A+A-
Reset
bad_road_nagon

newsnextone.com। নলবাৰীঃ  নলবাৰী জিলাৰ চক বজাৰ কমাৰ্চ কলেজ সংযোগী পথছোৱা এক বিশাল অঞ্চল সামৰি যাতায়তৰ মূল  পথ। পথছোৱাত সুদীৰ্ঘ দিন ধৰি কোনো মেৰামতি নকৰাত ঠাই বিশেষে পুখুৰী সদৃশ প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে।

উল্লেখ্য যে, পথছোৱাৰে প্ৰতিদিনে কমাৰ্চ কলেজ খনলৈ বিভিন্নজন ছাত্ৰ ছাত্ৰী তথা সহস্ৰাধিক পথচাৰীয়ে অহা-যোৱা কৰাৰ লগতে শতাধিক সৰু-বৰ বাহনে আহ যাহ কৰে। পথছোৱাৰ এটা অংশ পকী যদিও কিছু অংশ খহি বিধ্বস্ত হৈ পৰিছে। ইয়াৰ সুবিধা লৈ অট’,মেজিক আদি গাড়ী সমূহে অবৈধভাৱে অতিৰিক্ত ভাড়া সংগ্ৰহ কৰে বুলি জানিব পৰা গৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0