গুৱাহাটীঃ ইয়াক গাড়ীত উঠা৷ চানী ইয়াক গাড়ীত বহা৷ কৃষ্ণ তহতে কে এনেকুৱা কৰছে৷ তই যদি মোক তেনেকৈ মাৰিছ তোতকে মই সৰু হয় নে নহয়৷ তই সৰু হ’ল কি হ’ল-এ৷ তই কিবে ভাল কাম কৰিছে নেকি৷ কৃষ্ণ মোৰ ভুল হ’ব পাৰে৷ কৃষ্ণ মোৰ ভুল হ’ব পাৰে৷ তই ভুল স্বীকাৰ কৰছে নেকি৷ তোৰ ভুল হছি যদি ভুল স্বীকাৰ কৰছে নেকি৷ তুমি ছচিয়েল মিডিয়াত ভুল কৰবে৷ আকৌ বাহিৰত ভুল স্বীকাৰ কৰবে৷ তই কে লিখিবি৷ তই কেমেৰাৰ সন্মুখত ক, মোৰ ভুল হৈছে দাদাৰ বিষয়ে বেয়াকে লেখছে৷ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বেয়াকৈ লেখছে৷ য়ে তহতে কি ক হে?
85