Home ৰাজ্যঅবৈধভাৱে ব্ৰহ্মপুত্ৰৰ পলস মাটি সৰবৰাহ কৰা ডাম্পাৰ জব্দ

অবৈধভাৱে ব্ৰহ্মপুত্ৰৰ পলস মাটি সৰবৰাহ কৰা ডাম্পাৰ জব্দ

by News Desk
61 views
A+A-
Reset

বাইহাটা চাৰিআলিঃ শনিবাৰে নিশা প্ৰায় ১১ বজাত উত্তৰ কামৰূপ বন সংমণ্ডলৰ চিলা আঞ্চলিক বন বিষয়াৰ নেতৃত্বত এটা বন বিষয়াৰ দলে নৈশ তহল দি অবৈধভাৱে ব্ৰহ্মপুত্ৰৰ পলসুৱা মাটি সৰবৰাহ কৰাৰ অপৰাধত AS-01-DC-2167 নম্বৰৰ এখন ডাম্পাৰ আমিনগাঁও অঞ্চলৰপৰা জব্দ কৰে। 

এই ডাম্পাৰখনত ৬ ঘন মিটাৰ পলস মাটি বোজাই কৰি অবৈধভাৱে পৰিবহণ কৰিছিল আৰু কোনো বৈধ চালান/পৰিবহণ পত্ৰ নাছিল। অবৈধভাৱে ক্ষুদ্ৰ খনিজ সম্পদ কাঢ়িওৱাৰ অপৰাধত A M M C R 2013ৰ 63 তথা 64(1) ধাৰাৰ অধীনত গাড়ীখনসহ অবৈধ পলস জব্দ কৰা হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0