55
বাইহাটা চাৰিআলিঃ ছ’চাইটী ফ্ৰম প্ৰমোচন অফ ইডুকেচন এণ্ড ইকনমিক ডেভেল’পমেন্ট নামৰ এটি স্বেচ্চাসেৱী সংগঠনৰ উদ্যোগত দেওবাৰে বিহদিয়া বৰপানাৰাত স্বচ্চ ভাৰত অভিযান ৰূপায়ণ কৰা হয়।
কামৰূপ জিলাৰ বিহদিয়া জাজিকোনা উন্নয়ণ খণ্ডৰ অন্তৰ্গত তথা বাইহাটা চাৰিআলিৰ নিকটৱৰ্তী বিহদিয়া বৰপানাৰা অঞ্চলত এই অভিযানটো মুকলি কৰি ইয়াৰ অংশ হিচাপে উল্লেখিত গাঁওসমূহৰ বাট-পথত চাফাই অভিযান ৰূপায়ণ কৰে।