53
ৰঙিয়াঃ সমগ্ৰ দেশত গো ৰক্ষাৰ নামত বজৰং দলে মাৰপিট অব্যাহত ৰখাৰ সময়তে সংগঠনটোৰ এগৰাকী ৰাষ্ট্ৰীয় নেতাক আজি সংগঠনটোৰে একাংশ প্ৰাক্তন সতীৰ্থই প্ৰহাৰ কৰাত কামৰূপৰ ৰঙিয়াত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷
জানিব পৰা মতে, ৰাষ্ট্ৰীয় নেতা তথা উত্তৰ-পূৰ্বাঞ্চলৰ দায়িত্বত থকা মনোজ চাহুক আজি পুৱাই একাংশ বজৰঙৰ পৰা বহিস্কৃত নেতাই আক্ৰমণ কৰে৷