67
বালিপাৰাঃ অসম গণ পৰিষদৰ ৰঙাপৰা সমষ্টিৰ সাধাৰণ অধিৱেশন আজি দিনযোৰা কাৰ্য্যসূচীৰে বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়।
কাৰ্যসূচী অনুযায়ী পুৱা ৯ বজাত দলৰ পতাকা উত্তোলন কৰে সমষ্টি সমিতিৰ প্ৰাক্তন সভাপতি ৰমণী বৰাই, ছহীদ তৰ্পন কৰে নগেন শৰ্মাই।