নলবাৰীঃ নলবাৰী জিলাৰ বালিতাৰা গাঁৱৰ কৃতী শিক্ষক, বিশিষ্ট সমাজ সেৱক তথা বালিতাৰা এম ই স্কুলৰ প্ৰতিস্থাপক প্ৰধান শিক্ষক সদানন্দ ডেকাৰ (৭২) সোমবাৰে পুৱা নিজ বাসভৱনত মৃত্যুক আকোৱালি লয়।

দীৰ্ঘ দিন ধৰি গুৱাহাটীৰ এখন ব্যাক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা প্ৰয়াত সদানন্দ ডেকাৰ মৃত্যুত বালিতাৰাত শোকৰ ছাঁ পৰে। মৃত্যুৰ সময়ত সদানন্দ ডেকাই ইহ সংসাৰত এজন পুএ, বোৱাৰী, নাতি-নাতিনী সহ দুজন জী-জোঁৱাইক এৰি থৈ যায়।