48
তুলসীবাৰী/ৰঙিয়াঃ সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু বালিসত্ৰ আঞ্চলিক সমিতিৰ সহযোগত বৃহস্পতিবাৰে ৰঙিয়াৰ বালিসত্ৰত বিনামুলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়৷
জিএনআৰচি হাস্পাতালৰ সহযোগত অনুষ্ঠিত স্বাস্থ্য শিবিৰৰ শুভাৰম্ভ কৰে জীৱেশ্বৰ মেধীয়ে৷ অঞ্চলটোৰ প্ৰায় তিনি শতাধিক লোকে বিনামুলীয়া চিকিত্সা সেৱা লাভ কৰে৷