Home ৰাজ্যচীনা সামগ্ৰী বৰ্জন, শিৱসাগৰত থলুৱা মহিলাই বিক্ৰী কৰিছে মাটিৰ চাকি

চীনা সামগ্ৰী বৰ্জন, শিৱসাগৰত থলুৱা মহিলাই বিক্ৰী কৰিছে মাটিৰ চাকি

by News Desk
59 views
A+A-
Reset

দিচাংমুখঃ কেইটামান ঘন্টা পিছত পোহৰেৰে জিলিক উঠিব পৃথিৱী৷ হয়, পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাথো কেইটামান ঘন্টা৷ দীপাৱলী অহাল লগে লগে পোহৰৰ উৎসৱটোক লৈ নানান উৎসাহ মানুহৰ মাজত৷ ৰাজ্যৰ বিভিন্ন ঠাইৰ মৃৎ শিল্পীসকল ব্যস্ত হৈ পৰে৷ পৰম্পৰাগত ভাবে মৃৎ শিল্পীয়ে এই কৰ্মৰ জড়িয়তে পেটৰ ভাত মোকলাই।

দীপাৱলীত মাটিৰ চাকি বিক্ৰী কৰি দুপইচা উপাৰ্জনৰ বাবে এতিয়া তেওঁলোকে হাজাৰ হাজাৰ মাটিৰ চাকি সাজু কৰিছে। চীনৰ সামগ্ৰীৰে ৰাজ্যৰ বজাৰ ভৰি পৰিছে, তাৰ বিপৰীতে এই মৃৎ শিল্পী সকলে চীনৰ সামগ্ৰী বৰ্জন কৰি মাটিৰ চাকিৰে পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰিবলৈ ৰাইজলৈ আহ্বান জনাইছে। অভিযোগ মতে, চীনা সামগ্ৰীৰ বাবেই এতিয়া বিক্ৰী হ্ৰাস হৈছে থলুৱা মৃৎ শিল্পৰ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0