70
newsnextone.com | গোৰেশ্বৰঃ ঐতিহাসিক কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত শুকুৰবাৰে পুৱাৰে পৰা আক্ৰাছুৱে আহ্বান জনোৱা ২৪ ঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক ভাৱে পৰা পৰিলক্ষিত হৈছে৷
কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত আক্ৰাছুৰ একাংশ সমৰ্থক ৰাজপথলৈ ওলাই আহি পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়৷