Home ৰাজ্যবাংলাদেশত ১৫ বছৰ জেলত থাকি ভাৰত পালেহি ৫ মনিপুৰী বিদ্ৰোহীয়ে

বাংলাদেশত ১৫ বছৰ জেলত থাকি ভাৰত পালেহি ৫ মনিপুৰী বিদ্ৰোহীয়ে

by News Desk
51 views
A+A-
Reset

কাছাৰঃ ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্ক পূৰ্বতকৈ উন্নত হোৱাৰ লগতে কেইবা খনো নতুন চুক্তিত স্বাক্ষৰ কৰে দুয়ো দেশে৷ তাৰ পিছতে যেন দুয়ো দেশে পৰস্পৰে সহায় সহযোগ কৰিবলৈ আগবাঢ়ি আহিছে৷ কিছুদিন পূৰ্বে বিদেশ মন্ত্ৰী সুষমা স্বৰাজে বাংলাদেশ ভ্ৰমণ কৰি অহাৰ পিছতে সোমবাৰে বাংলাদেশ চৰকাৰে ভাৰতৰ হাতত গতাই ৫ বিদ্ৰোহী সংগঠনৰ কেডাৰক৷

জানিব পৰা মতে বাংলাদেশ সামৰিক বাহিনীৰ হাতত প্ৰায় ১৫ বছৰ পূ্ৰ্বে ধৰা পৰিছিল মনিপুৰ পিপলচ লিবাৰেছন আৰ্মি নামৰ সংগঠনটোৰ অথই, নীনহুৰ, উইনাৰ, থাইকু আৰু নাগালেণ্ডৰ মিথুবি নামৰ  কেডাৰ কেইগৰাকী৷ সোমবাৰ নিশা বাংলাদেশ বিজিবিয়ে কৰিমগঞ্জৰ সুতাৰকান্দি সীমান্তৰে ভাৰতৰ হাতত গতাই দিয়ে উগ্ৰপন্থী কেডাৰ কেইজনক৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0