68
ডিজিটেল ডেস্কঃ কাঠুৱাৰ গণধৰ্ষণৰ দৰে ঘৃণনীয় কাণ্ড কৰা নীচ লোককো সমৰ্থন কৰা মানুহ এই পৃথিৱীতে আছে। কট্টক মহিন্দ্ৰা বেংকৰ এগৰাকী কৰ্মচাৰীয়ে কাঠুৱাৰ গণধৰ্ষণক লৈ ফেচবুকত অসংবেদনশীল আৰু দায়িত্বহীন মন্তব্য কৰি গৰিহণাৰ পাত্ৰ হৈ পৰিছে।
তাইৰ মৃত্যু হোৱা ভালেই হ’ল, নহলে ভাৰতৰ বিৰুদ্ধে তাই বোমাৰ দৰে হৈ উঠিলেহেঁতেন ১৩ এপ্ৰিলত কট্টক মহিন্দ্ৰাৰ অফিছিয়েল ফেচবুক পেজ এটাত এনেদৰে লিখে বিষ্ণু নন্দকুমাৰ নামৰ লোকগৰাকীয়ে।