Home ৰাজ্যবৰাকত নিশাৰ ভিতৰতে ভূমিষ্ঠ হৈছে অগণন সংগঠনৰ, গঠন হৈছে খিলঞ্জীয়া বিৰোধী মঞ্চ

বৰাকত নিশাৰ ভিতৰতে ভূমিষ্ঠ হৈছে অগণন সংগঠনৰ, গঠন হৈছে খিলঞ্জীয়া বিৰোধী মঞ্চ

by News Desk
59 views
A+A-
Reset

গুৱাহাটীঃ ৰাজ্যৰ প্ৰতিটো দল-সংগঠনে সোমবাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে মতামত দি অহাৰ সময়তে বৰাক উপত্যকাত নিশাৰ ভিতৰতে শ-শ সংগঠনৰ জন্ম হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ মহানগৰীৰ খানাপাৰাত একত্ৰিত হৈ অসম ধ্বংসৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে মত প্ৰকাশ কৰি থকাৰ সময়তে অসমৰ একাংশ সংগঠনে বৰাক উপত্যকাত নিশাৰ ভিতৰতে শ-শ সংগঠনৰ ভূমিষ্ঠ হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে৷

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সন্দৰ্ভত অসমৰ দল-সংগঠনে নিজ নিজ মতামত তথা সাক্ষ্য দান কৰি বিৰোধিতা কৰিছে আইন খনৰ৷ গুৱাহাটী মহানগৰীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে সাক্ষ্যদান প্ৰক্ৰিয়া৷ পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হৈছে সাক্ষ্য দান৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0