48
কোকৰাঝাৰঃ শান্তি, একতা আৰু সাংস্কৃতিক সমন্বয়ৰ মুল উদ্দশ্যেৰে বিটিএডিৰ সদৰ কোকৰাঝাৰ চহৰৰ বডোফা নগৰস্থিত বিটিচি সচিবালয়ৰ পথাৰত শনিবাৰৰ পৰা দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভ হোৱা বৈশাগু বাৰদৈ চিখলা উৎসৱৰ দেওবাৰে সামৰণি পৰে।
