Home দেশঅচিৰে ভংগ হ’ব পাৰে মেঘালয়ত বি জে পি আৰু এন পি পিৰ মিত্ৰতা

অচিৰে ভংগ হ’ব পাৰে মেঘালয়ত বি জে পি আৰু এন পি পিৰ মিত্ৰতা

by News Desk
63 views
A+A-
Reset

গুৱাহাটীঃ কেন্দ্ৰীয় চৰকাৰে লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহীত কৰাৰ পাছত ক্ৰমাৎ উতপ্ত হৈ পৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজনৈতিক বতাহ। উত্তৰ-পূৰ্বাঞ্চলৰ জনতাৰ আবেগ-অনুভূতিক ভৰিৰে মোহাৰি নাগৰিকত্ব সংশোধনী বিধায়ক ২০১৬ক গৃহীত কৰাকলৈ উত্তৰ-পূৰ্বাঞ্চলৰ বি জে পিৰ মিত্ৰ দলসমূহ ক্ষুণ্ণ হৈ পৰিছে। সোমবাৰে অ গ প দলে বি জে পিৰ সৈতে মিত্ৰতা ভংগ কৰাৰ পাছত এইবাৰ মিত্ৰতা ভংগ হোৱাৰ দিশত অগ্ৰসৰ হৈছে মেঘালয়ৰ শাসনাধিস্থ এন পি পি দল। 

কেন্দ্ৰীয় চৰকাৰে বিধেয়কখন লোকসভাত গৃহীত কৰাৰ বাবে বি জে পিৰ উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম মিত্ৰদল এন পি পি ক্ষুণ্ণ হৈ পৰিছে৷ সংশোধনী বিধেয়কখন গৃহীত কৰা সন্দৰ্ভত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে বিধেয়কখন গৃহীত কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক৷ বি জে পিৰ সৈতে এন পি পিয়ে মিত্ৰতা থাকিব নে নাই এই সন্দৰ্ভত অচিৰেই পুনৰীক্ষণ বৈঠক আয়োজন কৰা হ’ব৷ ভৱিষ্যতৰ কাৰ্যপন্থা সন্দৰ্ভত পুনৰীক্ষণ বৈঠকতে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0