90
গুৱাহাটীঃ জু-ৰোডৰ গ্ৰেনেড বিস্ফোৰণৰ চিকাৰোক্তিৰ পাছত আলফা(স্বা)কলৈ জুবিন গাৰ্গ সৰৱ হৈ পৰিছিল৷ বিহুৰ মঞ্চতে এই কাৰ্যক বিৰোধীতা কৰি ছ’চিয়েল মিডিয়াৰ যোগে তেওঁলোকক এনে নকৰিবলৈ আহ্বান জনোৱাৰ লগতে সমালোচনা কৰিছিল৷
জুবিনৰ এনে কথা শুনি সংবাদ মাধ্যমৰ জৰিয়তে আলফা(স্বা)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই জুবিনক কিছু প্ৰশ্ন কৰিছিল৷ সেই বিতৰ্কক লৈ এইবাৰ সংবাদ মাধ্যমৰ জৰিয়তে উত্তৰ দিছে কণ্ঠশিল্পী বৰ্ণালী কলিতাই।