Home ৰাজ্যসন্ধেলিত দুৰ্ঘটনাঃ সংকটজনক অৱস্থাত বাইক আৰোহীক উদ্ধাৰ

সন্ধেলিত দুৰ্ঘটনাঃ সংকটজনক অৱস্থাত বাইক আৰোহীক উদ্ধাৰ

by News Desk
60 views
A+A-
Reset

দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ মঙলবাৰে নিশা ১০ মান বজাত এক পথ দুৰ্ঘটনা সংঘটিত হয় নলবাৰী জিলাৰ বৰনৰ্দ্দী সমীপৰ সন্ধেলিত। স্থানীয় লোকে জানিবলৈ দিয়া মতে সন্ধেলিৰ চ’কৰ নিচেই ওচৰতে AS14H  5797 নম্বৰৰ বাইকখনৰ সৈতে অতি সংকটজনক অৱস্থাত আৰোহীজনক পৰি থকা  প্ৰত্যক্ষ কৰে।

স্থানীয় লোকৰ তৎপৰতাত অত্যাধিক ৰক্তক্ষৰণ হোৱা লোকজনক  নলবাৰীলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় যদিও বাতৰি লিখাৰ পৰলৈকে  দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ আৰু দুৰ্ঘটনাত পতিত লোকজনক চিনাক্ত কৰিব পৰা হোৱা নাই।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0