56
বৰনৰ্দ্দীঃ নলবাৰী জিলাৰ তিনিওটা বিধান সভা সমষ্টিত থকা ২৭ গৰাকী শতায়ু গৰকা ভোটাৰক আগন্তুক লোক সভা নিৰ্বাচনত ভোট দান কৰোৱাৰ বাবে জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।
জিলাখনৰ সন্মানীয় এই ভোটদাতাসকলক নিৰ্বাচনৰ দিনা ভোটগ্ৰহণ কেন্দ্ৰলৈ অনা-নিয়া কৰাৰ বাবে জিলা প্ৰশাসনে হুইল চেয়াৰ অথবা যান-বাহনৰ যোগান ধৰিব।