71
বৰপথাৰঃ মঙলবাৰে ধনশিৰি মহকুমাত ভাৰত চৰকাৰ আৰু নগা বিদ্ৰোহী সংগঠনৰ এনএচচিএন আইএমৰ সৈতে ৰূপায়ণ কৰা ফ্ৰেমৱাৰ্ক এগ্ৰিমেন্ট ৰাজহুৱা কৰাৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে৷
হাতে হাতে জোঁৰ লৈ অসম আৰু অসমীয়াৰ জীৱন সম্পতি সু-নিশ্চীত কৰাৰ লগতে অসমৰ ভূমি ৰক্ষা কৰাৰ দাবীত কেইবা শতাধিক লোকে ৰাজ পথলৈ ওলাই আহে৷