44
ছুলতান ছালেহ আহমেদ, বৰপেটাঃ বৰপেটা জিলাৰ খৰমাৰ নিকটৱৰ্তী পহুমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শনিবাৰে সদ্যঘোষিত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক উৎসাহ-উদ্দীপনা আগবঢ়োৱাৰ বাবে আমছুৰ পহুমাৰা আঞ্চলিক সমিতিৰ উদ্যোগত এখনি সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয়।
