71
ডিজিটেল ডেস্কঃ বিজেপিৰ বিসম্বাদী সাংসদ বুলি জনাজাত বৰুণ গান্ধীয়ে সাংসদৰ দৰমহা বৃদ্ধিৰ নকৰিবলৈ লোক সভাৰ অধ্যক্ষক চিঠি লিখাৰ পিছতেই এই খবৰে সংবাদ মাধ্যমত চৰ্চা লাভ কৰে৷
চিঠি লিখাৰ খবৰ ৰাজহুৱা হোৱাৰ পিছতেই বৰুণ গান্ধীক উভতি ধৰিলে বিজেপিৰে মছলিচহৰ সমষ্টিৰ সাংসদ ৰামচৰিত্ৰ নিষাদে দেশ সেৱাৰ বাবে এনে লোকক সাংসদ হোৱাৰ দৰকাৰ কি বুলি প্ৰশ্ন উত্থাপন কৰে৷ সাংসদ নিষাদে এনে লোকক সাংসদ নোহোৱাকৈয়ে মানুহৰ সেৱা কৰিব লাগে বুলি কয়৷