নলবাৰীৰ বৰবৰীত বাসন্তী পূজা উদযাপনৰ প্ৰস্তুতি

Home ৰাজ্যনলবাৰীৰ বৰবৰীত বাসন্তী পূজা উদযাপনৰ প্ৰস্তুতি

নলবাৰীৰ বৰবৰীত বাসন্তী পূজা উদযাপনৰ প্ৰস্তুতি

by News Desk
49 views
A+A-
Reset

নলবাৰীঃ নলবাৰী জিলাৰ বৰবৰী শিৱ দূৰ্গা মন্দিৰত শ্ৰী শ্ৰী বাসন্তী পূজা উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে৷ এইবেলি ৯৯ তম বৰ্ষত ভৰি দিয়া পূজা খন পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’ব৷ শতবৰ্ষ উদযাপনৰ কাৰ্যসূচী সূচাৰুৰূপে চলাই নিবলৈ এখন শক্তিশালী সমিতিৰ লগতে কেইবাখনো উপ-সমিতি গঠন কৰা হৈছে।

নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাক সভাপতি, মনোৰঞ্জন চক্ৰৱৰ্তীক উপ-সভাপতি, প্ৰদীপ কুমাৰ ভট্টাচাৰ্য আৰু দিপুল তালুকদাৰক যুটীয়া সাধাৰণ সম্পাদক ধৰি কেইবাজনো বিশেষ ব্যক্তিক লৈ মূল সমিতি গঠন কৰা হৈছে। শতবৰ্ষ অনুষ্ঠানৰ লগত সংগতি ৰাখি মন্দিৰৰ স্থায়ী তিনিখন তোৰণ নিৰ্মাণ কৰা হ’ব।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0