Home ৰাজ্যবটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন সম্পন্ন

বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন সম্পন্ন

by News Desk
A+A-
Reset
b2843455-c5e8-4688-acd0-c2719d66a89e

www.newsnextone.com| নগাঁওঃ গুৰুজনাৰ পবিত্ৰ নামেৰে নামাকৰণ কৰা নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন শনিবাৰে অনুষ্ঠিত হৈ যায়। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে সুনিশ্চিতভাৱে অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ফলাফলত ছাত্ৰ একতা সভাৰ প্ৰাৰ্থী যথাক্ৰমে সভাপতিৰ পদত আলী হুছেইন, উপ-সভাপতি আমিনুল হক আৰু সাধাৰণ সম্পাদকৰ পদত মহিবুৰ ৰহমান জয়ী হয়৷ 

ইয়াৰ বিপৰীতে সহ:সাধাৰণ সম্পাদক পদত আছিফ আহমেদ, সমাজ সেৱক সম্পাদক পদত জহিৰুল ইছলাম, সাংস্কৃতিক সম্পাদকৰ পদত ফাৰুক আহমেদ, সহ:সাংস্কৃতিক সম্পাদক পদত ফাৰিকুল ইছলাম, ছাত্ৰী জিৰণি কোঠাৰ সম্পাদিকা পদত শ্বাহানাজ আকতাৰা আহমেদে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচনত জয়ী হবলৈ সক্ষম হয়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0