Home ৰাজ্যবটদ্ৰৱাত হাতে হাতে গছ পুলি লৈ উলাই আহিল শতাধিক মহিলা

বটদ্ৰৱাত হাতে হাতে গছ পুলি লৈ উলাই আহিল শতাধিক মহিলা

by News Desk
A+A-
Reset
9036d12d-5920-4b5c-87ea-2a34eab75713

নগাঁওঃ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে নগাঁও জিলাৰ বটদ্ৰৱাত শতাধিক মহিলাই হাতে হাতে গছ পুলি লৈ উলাই আহি সমূহীয়াভাৱে ৰোপণ কৰিলে গছ পুলি। বটদ্ৰৱাৰ ঐতিহাসিক শান্তিজানৰ পাৰৰ সতী ৰাধিকা স্মৃতি ক্ষেত্ৰত এই গছ ৰোপণ কাৰ্যসূচী সম্পন্ন কৰা হয়। 

ৰোপণ কৰা হয় ভিন্ন প্ৰকাৰৰ ফল মূলৰ গছপুলিৰ লগতে ফুলৰ গছ। এই গছ পুলি ৰোপন কাৰ্যসূচীত বৃহত্তৰ বটদ্ৰৱা অঞ্চলৰ শতাধিক পুৰুষ-মহিলা উপস্থিত থাকি সংকল্প লয় পৰিৱেশ সেউজীয়া কৰাৰ। গ্ৰামীন অৰ্থনীতি আৰু উন্নয়ন সমিতি(ৰিডচ্)ৰ উদ্যোগত তথা একল অভিযানৰ সহযোগত ঐতিহ্যমণ্ডিত সতী ৰাধিকা স্মৃতি ক্ষেত্ৰত বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি এই গছ পুলি ৰোপন কাৰ্যসূচীৰ লগতে কাঠফুলা খেতিৰ কৰ্মশালা অনুষ্ঠিত কৰা হয়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0