84
বটদ্ৰৱাঃ কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকৰ গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰা হৈছে ভাৰতীয় বন সেৱাৰ বিষয়া পেৰিয়া স্বামী শিৱকুমাৰক৷
অসম চৰকাৰৰ বন বিভাগৰ নিৰ্দেশ মৰ্মে ভাৰতীয় বন সেৱাৰ এগৰাকী সুদক্ষ আৰু প্ৰকৃতি প্ৰেমী বিষয়া হিচাপে পৰিচিত পেৰিয়া স্বামী শিৱকুমাৰক প্ৰধান মুখ্য বন সংৰক্ষকৰ পদোন্নতি প্ৰদানেৰে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে।