52
newsnextone.com | বটদ্ৰৱাঃ ৰাজ্যৰ চৌদিশৰ লগতে সমগ্ৰ দেশকে জোকাৰি যোৱা নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী নিৱেশৰ অন্তৰ্গত লালুংগাঁও বলাৎকাৰ কাণ্ডৰ শুনানি গ্ৰহন কৰাৰ অহা ৭ ছেপ্টেম্বৰত অভিযুক্তৰ শাস্তি ঘোষণা কৰা হ’ব বুলি জানিবলৈ দিয়ে নগাঁৱৰ সত্ৰ আদালতে।
উল্লেখ্য যে, চলিত বৰ্ষৰ ২৩ মাৰ্চত জাকিৰ হুছেইন নামৰ এজন লম্পট যুৱকে একে গাঁওৰে এগৰাকী ১৩ বছৰীয়া কিশোৰীক বলাৎকাৰ কৰি অতি নিৰ্মমভাৱে জীৱন্তে জ্বলাই দিছিল।