Home ৰাজ্যতেজপুৰৰ মিলনপুৰৰ বায়ন জীৱন কলিতাৰ দেহাৱসান

তেজপুৰৰ মিলনপুৰৰ বায়ন জীৱন কলিতাৰ দেহাৱসান

by News Desk
60 views
A+A-
Reset

তেজপুৰঃ তেজপুৰ মিলনপুৰৰ বায়ন জীৱন কলিতাৰ আজি বিয়লি পৰলোকপ্ৰাপ্তি ঘটে। তেজপুৰ মিলনপুৰ শইকীয়া চুবুৰিৰ নিৱাসী তথা জনস্বাস্থ্য কল্যান বিভাগৰ মদপী পানী যোগান আঁচনিৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী জীৱন কলিতাৰ আজি হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।

সৰু কালৰ পৰা খোল বাদনৰ লগত জড়িত হৈ জীৱন কলিতা অঞ্চলটোৰ বায়ন হিচাপে পৰিচিত হৈ পৰিছিল। মিলনবাকৰি ৰাস মন্দিৰ, শইকীয়া চুবুৰি, আঞ্চলিক বৈষ্ণৱ সমাজৰ লগতে সাংস্কৃতিক গোষ্ঠী জ্যোতি সংগমৰ লগত জড়িত থাকি আজি মৃত্যুক সাৱতি লোৱাত অঞ্চলটোত শোকৰ ছাঁ পৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0