52
নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ ডিমৌত ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হৈ এগৰাকী লোকে মৃত্যুক আকোৱালি লয়৷
জানিব পৰা মতে, তীব্ৰ বেগী এখন পালছাৰ বাইক ডিভাইদাৰত খুন্দা মাৰি ৰাজপথত বাগৰি পৰে এগৰাকী যুৱক৷ ফলত থিতাতে নিহত হয় নগাঁৱৰ লক্ষীনগৰৰ পাপুমণি পাটৰ নামৰ যুৱকজন।