Home ৰাজ্যৰে’ল ষ্টেচনত বিষয়া-কৰ্মচাৰীৰ মইমতালি

ৰে’ল ষ্টেচনত বিষয়া-কৰ্মচাৰীৰ মইমতালি

by News Desk
61 views
A+A-
Reset

নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়া ৰে’ল ষ্টেচনত নিয়োজিত বিভাগীয় বিষয়া-কৰ্মচাৰীৰ মইমতালিয়ে এতিয়া অতিষ্ঠ কৰি তুলিছে বৃহত্তৰ অঞ্চলটোৰ ৰে’ল যাত্ৰীসকলক। কাৰণ অন্যান্য সময়তটো দূৰৰে কথা ৰে’ল অহাৰ সময়তো ষ্টেচনটোত খোল নাখায় কাৰ্যালয়ৰ দুৱাৰ।

আনকি ৰে’ল পাৰ হৈ যোৱাৰ পিছতো ছাঁটোও দেখিবলৈ পোৱা নাযায় বিষয়া-কৰ্মচাৰীসকলৰ। যাৰ বাবে প্ৰায়েই বিনা টিকতৰেই ৰে’লত যাত্ৰা কৰিবলগীয়া হয় বেবেজীয়া ষ্টেচনত উঠা-নমা কৰা যাত্ৰীসকলে। দৈনিক শতাধিক যাত্ৰী উঠা-নমা কৰা এই ষ্টেচনটোৰ ‘বুকিং ক্লাৰ্ক’ আৰু ষ্টেচন মাষ্টাৰৰ লগতে বিভাগীয় কৰ্মচাৰীসকলে সময়মতে কৰ্তব্য সম্পাদন নকৰাৰ বাবে বহু যাত্ৰী ৰে’ল যাত্ৰাৰ সময়ত তথা টিকত পৰীক্ষণৰ সময়ত আহুকালৰ সন্মুখীন হ’বলগীয়া হয়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0