56
আমগুৰিঃ ছচিয়েল মিডিয়াক একাংশ লোকে সৎ কামত ব্যৱহাৰ কৰাৰ বিপৰীতে একাংশ লোকে প্ৰায়ে অসৎ কামত ব্যৱহাৰ কৰি অহা পৰিলক্ষিত হৈছে৷
তাৰ মাজতে শিৱসাগৰ জিলাৰ আমগুৰিত বিবাহিত মহিলাৰ ফটো ফেচবুকত আপলোড কৰি ৰঙা ঘৰৰ আলহী হ’ল এজন যুৱক৷ ছচিয়েল মিডিয়াক একাংশ লোকে অপব্যৱহাৰ কৰাৰ প্ৰৱনতা বৃদ্ধি পাই অহাৰ সময়তে শিৱসাগৰৰ আমগুৰিত কিছু দিনৰ ভিতৰতে কেবাটাও অপৰাধজনিত ঘটনা সংঘটিত হৈছে৷