74
ডিজিটেল ডেস্কঃ আপুনি বাৰু সুৰা পান কৰে নেকি? নে সুৰা আপোনাৰ খুবেই প্ৰিয়। কিন্তু মূত্ৰৰে সুৰা নিৰ্মাণৰ কথা আপুনি ভাবিছেনে?
ডেনমাৰ্কৰ সুৰা নিৰ্মাণকাৰী প্ৰতিষ্ঠানে মানুহৰ প্ৰস্ৰাৱেৰে তৈয়াৰ কৰিছে সুৰা৷ এই সুৰা তৈয়াৰৰ বাবে প্ৰতিষ্ঠানটোক প্ৰয়োজন হৈছিল প্ৰায় ৫০হাজাৰ লিটাৰ মূত্ৰৰ৷ নোৰব্ৰো নামৰ প্ৰতিষ্ঠানটোৱে এই মূত্ৰ দুই বছৰৰ আগৰে পৰা সংৰক্ষণ কৰা আৰম্ভ কৰিছিল৷