Home দেশসহায়ৰ হাত আগবঢ়াই এজন ভিক্ষাৰীয়ে, কেৰেলাৰ বানপীড়িতলোকলৈ ৯৪ টকা দানঃ

সহায়ৰ হাত আগবঢ়াই এজন ভিক্ষাৰীয়ে, কেৰেলাৰ বানপীড়িতলোকলৈ ৯৪ টকা দানঃ

by News Desk
A+A-
Reset
beggar

ডিজিটেল  ডেক্সঃ মানৱীয়তা  এতিয়াও জীয়াই আছে৷ তাৰে প্ৰমাণ দাঙি ধৰিবলৈ সক্ষম হয় কেৰেলাৰ এজন ভিক্ষাৰীয়ে৷ কেৰেলাত বানপীড়িত লোকৰ বাবে সহায় কৰিব খোজা এজন ভিক্ষাৰীৰ বিষয়ে ইতিমধ্যে সকলোতে বিয়পি পৰিছে৷ টিএম ৰচিদে ফেচবুকত প্ৰকাশ কৰা এই ঘটনাৰাজিৰ পাছত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ টিএম ৰচিদ এগৰাকী কেৰেলাৰ এৰাটটুপেট্টা নগৰৰ নিগমৰ চেয়াৰমেনৰ পদত বৰ্তমানে অধিষ্ঠিত৷ 

ঘটনাক্ৰমে, কমেও এসপ্তাহৰ আগেয়েই ৰচিদৰ ঘৰৰ দুৱাৰ সন্মুখত এজন ভিক্ষাৰীয়ে ভিক্ষা খুজিবলৈ আহে৷ ঘৰৰ মালিকে তেখেতক ভিক্ষাৰী ভাবি ২০ টকা হাতত গুজি দিয়ে৷ সেই মুহুৰ্তৰ কাণ্ড দেখি ৰচিদ অলপ সময়ৰ বাবে স্তব্ধ হৈ পৰে৷ কিয়নো টকা দিয়াৰ মাত্ৰেই ভিক্ষাৰী জনে চোতালত বহি খুচুৰা টকা কেইটা হিচাপ কৰাত লাগি যায়৷ মুঠ জমা হোৱা ৯৪ টকা ৰচিদক ঘূৰাই দিয়ে৷ টকাখিনি দিয়াৰ সময়ত ভিক্ষাৰী গৰাকীয়ে বানপীড়িত লোকক সহায় কৰিবলৈ ইচ্ছা থকাৰ বিষয়ে ব্যক্ত কৰে৷ ত্ৰাণ তহবিলৰ বাবে টকা ক’ত দান কৰে সেই বিষয়ে ভিক্ষাৰীজনে নজনাৰ বাবে ৪ কিঃমি খোজ কাঢ়ি ৰচিদক টকা কেইটা দিবলৈ আহে বুলি কয় ভিক্ষাৰীজনে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0