59
কোকৰাঝাৰঃ অসম চৰকাৰৰ দূৰ্বল নেতৃত্বৰ বাবেই হিন্দু বঙালীৰ সৈতে আন জাতি জনগোষ্ঠীৰ সংঘাতৰ উদ্ভৱ হৈছে আৰু ইয়ে সাতোমপুৰুষীয়া ঐক্য ভাতৃত্ববোধ বিনষ্ট কৰিছে। ৰাজ্যত অগ্নিগৰ্ভ পৰিৱেশ সৃষ্টি হোৱাৰ মুলতে হ’ল বহু আশাৰে ভোট দি নিৰ্বাচিত চৰকাৰৰ ব্যৰ্থতা। এই মন্তব্য প্ৰকাশ কৰিছে সদৌ ভাৰত বেংগলী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি শ্যামল সৰকাৰৰ।
CLICK ► এই Blue Whale গেমনো আচলতে কি? Real নে Fake!