Home দেশজননী মা পদ্মশ্ৰী নৰছম্মাৰ বিয়োগ

জননী মা পদ্মশ্ৰী নৰছম্মাৰ বিয়োগ

by News Desk
A+A-
Reset
amm1

বেগালুৰুঃ প্ৰায় ১৫,০০০ হাজাৰ শিশুৰ প্ৰসৱ কৰোৱা ছুলাগিট্টী নৰছম্মা ডাইৰ বুধবাৰে দেহাৱসান ঘটে৷ পদ্মশ্ৰী বঁটা লাভ কৰা এই অসাধাৰণ মহিলাগৰাকীয়ে প্ৰসূতিৰ গৰ্ভ স্পৰ্শ কৰিয়েই গৰ্ভস্থ শিশুৰ স্বাস্থ্যৰ বিষয়ে উমান পাইছিল৷ 

৯৮ বছৰ গৰকা ছুলাগিট্টী নৰছম্মাই বুধবাৰে বেগালুৰুত শেষ নিশ্বাস ত্যাগ কৰে৷ নৰছম্মাই কৰ্ণাটকৰ নাতিদূৰৈত অৱস্থিত কৃষ্ণাপুৰা গাঁৱত কম মাননিতে  ১৫,০০০ তকৈ অধিক শিশুৰ প্ৰসৱ কৰাইছিল৷ কৰ্ণাটকৰ স্থানীয় ৰাইজে জনোৱা মতে কোনোধৰণৰ চিকিৎসা বিজ্ঞানৰ জ্ঞান নোলোৱাকৈ নৰছম্মাই গৰ্ভাৱতীৰ গৰ্ভত থকা সন্তানৰ স্বাস্থ্য বিষয়ে জানিব পাৰিছিল আৰু তেওঁ ৭০ বছৰে জনসেৱা কৰিছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0