77
বালিপৰা:অাজি বিশ্ব ৰক্তদান দিৱস উপলক্ষে তেজপুৰ কনকলতা চিকিৎসালয়ত অনুষ্ঠিত হয় এখন সভা৷ সভাত ৰক্তদান সন্দৰ্ভত আলোচনা কৰাৰ লগতে তেজপুৰ কনকলতা চিকিৎসালয় কৰ্তৃক্ষপই শ্ৰেষ্ঠ ৰক্তদাতা শিৱিৰৰ আয়োজক বঁটা প্ৰদান কৰে৷
২০১৬ বৰ্ষৰ ২৫ ডিচেম্বৰত চাৰিদুৱাৰ ৩০খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়ত স্বেচ্ছাসেৱী অনুষ্ঠান ‘জনমত-চাৰিদুৱাৰ বালিপৰা মৌজা’ই অায়োজন কৰা ৰক্তদান শিৱিৰটোৰ বাবে শ্ৰেষ্ঠ ৰক্তদাতা শিৱিৰৰ বঁটা প্ৰদান কৰা হয়৷