47
জাজৰিঃ নগাঁও জিলাৰ জাজৰিত দেওবাৰে ২০টা মহিলা আত্ম সহায়ক গোট তথা কৃষ্ণ গোপাল গ্ৰাম্য সংগঠনে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক স্মৰণ কৰে।
দক্ষিণ জাজৰিস্থিত ড০ ভূপেন হাজৰিকা মুকলি মঞ্চ প্ৰাংগনত গ্ৰাম্য সংগঠনটোৰ মহিলা সকল একত্রিত হৈ ড০ হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি যাচে।