59
নলবাৰীঃ নামনি অসমৰ ভিন্ন প্ৰান্তৰ লগতে দেওবাৰে তামুলপুৰ মহকুমাৰ সদৰ ঘগ্ৰাচ’কত সুধাকন্ঠ ড০ ভুপেন হাজৰিকাৰ ষষ্ঠ বাৰ্ষিক মৃত্যু তিথি পালন কৰা হয়৷
তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত সন্ধিয়া অনুষ্ঠানত বহু লোকে সুধাকন্ঠক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ বন্তি প্ৰজ্জ্বলন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বাৰ্তা-পখিলীৰ সম্পাদক ব্ৰজেন ডেকাই ৷