Home ৰাজ্যওদালগুৰি দল-সংগঠনৰ সুধাকন্ঠক স্মৰণ

ওদালগুৰি দল-সংগঠনৰ সুধাকন্ঠক স্মৰণ

by News Desk
52 views
A+A-
Reset

ওদালগুৰিঃ সমগ্ৰ ৰাজ্যৰ লগতে অসমৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ষষ্ঠ মৃত্যু বাৰ্ষিকী ওদালগুৰি জিলাৰো ভিন্ন প্ৰান্তত বিভিন্ন দল-সংগঠন পালন কৰে৷ ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত স্থানীয় শ্বহীদ বেদী প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে ড০ ভূপেন হাজৰিকাৰ ষষ্ঠ মৃত্যু বাৰ্ষিকী পালন কৰা হয়।

কাৰ্যসূচী অনুসৰি ছাত্ৰ-ছাত্ৰীৰ মাজত কুইজ প্ৰতিযোগিতা, বন্তি প্ৰজ্বলন, ভূপেন্দ্ৰ সংগীতৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অসমীয়া যুৱ মঞ্চৰ ওদালগুৰি জিলা সমিতিয়ে শ্বহীদ ভৱন প্ৰাংগণত ভূপেন্দ্ৰ সংগীত অনুষ্ঠানৰ আয়োজন কৰে। আনহাতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ওদালগুৰি আঞ্চলিক সমিতিয়ে বন্তি প্ৰজ্বলন কৰাৰ লগতে ওদালগুৰি মিচন চ’কত স্থানীয় ৰাইজে সুধাকণ্ঠৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলনেৰে অসমৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ষষ্ঠ তম মৃত্যু বাৰ্ষিকী পালন কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0