Home ৰাজ্যপঞ্চভূতত বিলীন হ’ল দক্ষ আৰক্ষী বিষয়া শ্বহীদ ভাস্কৰ কলিতা

পঞ্চভূতত বিলীন হ’ল দক্ষ আৰক্ষী বিষয়া শ্বহীদ ভাস্কৰ কলিতা

by News Desk
61 views
A+A-
Reset

গুৱাহাটীঃ এগৰাকী দক্ষ-যুৱ আৰক্ষী বিষয়াৰ মৃত্যুৰ পিছতে উত্থাপন হৈছে বিভিন্ন প্ৰশ্ন৷ তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতাৰ আলফা স্বাধীনৰ সৈতে হোৱা সংঘৰ্ষত মৃত্যুৰ পিছতে বহু প্ৰশ্ন উত্থাপন হৈছে৷ ৰাজ্যৰ এগৰাকী থলুৱা আৰক্ষী বিষয়াৰ মৃত্যুৰ পিছতে আৰক্ষীৰ আধুনিকীকৰণ আৰু স্মাৰ্ট পুলিচৰ ধৰাণাক একপ্ৰকাৰ প্ৰত্যাহ্বানকে জনোৱা বুলি চৰ্চা আৰম্ভ হৈছে৷ 

কিয়নো সৰ্বানন্দ সোণোৱাল চৰকাৰে শাসনৰ গাদীত বহিয়েই আৰক্ষীক স্মাৰ্ট কৰাৰ বাবে আঁচনি গ্ৰহণ কৰাৰ কথা বাৰে বাৰে ঘোষণা কৰি আহিছে৷ তাৰ পিছত ৰাজ্যৰ এগৰাকী আৰক্ষী বিষয়াই দেহত পিন্ধি থকা বুলেট প্ৰুফ জেকেট অতিক্ৰম কৰি ৯টাকৈ গুলী লগা ঘটনাই বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে৷  

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0