100
ওদালগুৰিঃ বৰপেটা সত্ৰৰ পৰম্পৰা অনুসৰি আজি ওদালগুৰিৰ বিভিন্ন নামঘৰ, সত্ৰসমূহত আজি প্ৰজ্বলন কৰা হয় ভোগালীৰ মেজি। পুৱাই ওদালগুৰি শ্ৰীমন্ত শংকৰদেৱ সত্ৰত মেজি প্ৰজ্বলন কৰা হয়। ইফালে ওদালগুৰি ৰাজহুৱা ৰাখাল নামঘৰ প্ৰাঙ্গণতো অজস্ৰ আই মাতৃ বাপ বান্ধৱৰ উপস্থিতিত মেজি প্ৰজ্বলিত হয়।
