57
ৰঙিয়াঃ জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাক ভাৰতীয় অলিম্পিক সন্থাৰ সহযোগী উপ-সভাপতি মনোনীত কৰা হয়৷
ৰাজ্যৰ প্ৰাক্তন উদ্যোগ আৰু বাণিজ্য দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি ড০ নৰিন্দৰ ধ্ৰুৱ বাট্ৰাই এক পত্ৰযোগে কলিতাক এই কথা অৱগত কৰা বুলি জানিব পৰা গৈছে৷