প্ৰাক্তন মুখ্যমন্ত্ৰী জ্যেষ্ঠ কংগ্ৰেছ নেতা ভূমিধৰ বৰ্মন অসুস্থ

Home ৰাজ্যপ্ৰাক্তন মুখ্যমন্ত্ৰী জ্যেষ্ঠ কংগ্ৰেছ নেতা ভূমিধৰ বৰ্মন অসুস্থ

প্ৰাক্তন মুখ্যমন্ত্ৰী জ্যেষ্ঠ কংগ্ৰেছ নেতা ভূমিধৰ বৰ্মন অসুস্থ

by News Desk
51 views
A+A-
Reset

নলবাৰীঃ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা ডাঃ ভূমিধৰ বৰ্মনক মহানগৰীৰ জিএনআৰচিত ভৰ্তি কৰে পৰিয়ালে৷ জানিব পৰা মতে, ডাঃ ভূমিধৰ বৰ্মন বৰ্তমানেও জিএনআৰচিত চিকিৎসাধীন হৈ আছে। মঙলবাৰে গৃহ জিলা নলবাৰীৰ এখন দলীয় সভাত অংশগ্ৰহণৰ বাবে উপস্থিত হোৱাৰ পিছতে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকী হৃদৰোগত আক্ৰান্ত হৈ অসুস্থ হৈ পৰা বুলি জানিব পৰা গৈছে৷

ডাঃ বৰ্মনে মঙলবাৰে জিলাখনৰ বেলশৰস্থিত নিজ বাসভৱনলৈ গুৱাহাটীৰ পৰা অহাৰ পিছতে সন্ধিয়া সময়ত শ্বাস-প্ৰশ্বাস লোৱাত অসুবিধা পাবলৈ ধৰাত নলবাৰীৰ চিকিৎসালযত ভৰ্তি কৰে পৰিয়ালে। ততাতৈয়াকৈ প্ৰাক্তন স্বাস্থ্য মন্ত্ৰীগৰাকীক নলবাৰীৰ হস্পিতালত ভৰ্তি কৰোৱা হৈছিল যদিও সংকটজনক অৱস্থাত গুৱাহাটীৰ জিএনআৰচিলৈ প্ৰেৰণ কৰা হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0