63
কোকৰাঝাৰঃ বিশ্ব বৰেণ্য শিল্পী, অসম ৰত্ন, সংগীত সূৰ্য সুধাকন্ঠ ড˚ ভূপেন হাজৰিকাৰ ৯১ তম জন্মদিন আজি জিলা প্ৰশাসনৰ উদ্যোগত কোকৰাঝাৰত উদযাপন কৰা হয়।
কোকৰাঝাৰস্থিত বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আজি জিলা প্ৰশাসন আৰু কোকৰাঝাৰ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিশিষ্ট সমাজসেৱক অৰুণ কুমাৰ বৰগয়াৰীয়ে ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে৷