Home ৰাজ্যনগাঁৱত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ স্মৃতি দিৱস

নগাঁৱত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ স্মৃতি দিৱস

by News Desk
69 views
A+A-
Reset

চামগুৰিঃ সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ স্মৃতি দিৱস পালন কৰাৰ ব্যাপক প্ৰস্তুতি চলিছে নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত পুৰণিগুদামত৷ পুৰণিগুদামৰ স্বেচ্ছাসেৱী, সাংস্কৃতিক অনুষ্ঠান ‘অবিনশ্বৰ গোষ্ঠী’ আৰু ‘কুবেৰ অবিনশ্বৰ’ৰ উদ্যোগত পালন কৰা হ’ব সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ স্মৃতি দিৱস৷

স্থানীয় ড০ ভবেন্দ্ৰ নাথ শইকীয়া প্ৰেক্ষাগৃহত অহা পাঁচ নবেম্বৰত অনুষ্ঠিত হ’বলগীয়া স্মৃতি দিৱসৰ কাৰ্যসূচী অনুসৰি সন্ধ্যা ৫ বজাত সুধাকণ্ঠৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু ৫-৩০ বজাত “কুবেৰ অবিনশ্বৰ শিল্পী বঁটা” প্ৰদান কৰিব যশস্বী অভিনেতা, পৰিচালক, সংগঠক তথা সমাজকৰ্মী সমুদ্ৰ বৰদলৈক৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0