77
চিৰাংঃ পুনৰ অসমীয়াৰ স্বাভিমানত আঘাত হানি বিটিএডিত আছুৰ কাৰ্যালয়ত আক্ৰমণ কৰিলে দুৰ্বৃত্তই৷ বিটিএডিৰ চিৰাং জিলাত আক্ৰমণৰ লক্ষ্য হৈ পৰিল জাতীয় সংগঠন আছুৰ কাৰ্যালয়৷ দুৰ্বৃত্তই আছুৰ কাৰ্যালয়ত আক্ৰমণ কৰি বিস্তৰ ক্ষতি সাধন কৰে৷ বিটিএডিৰ চিৰাং জিলাৰ চিদলী আঞ্চলিক আছুৰ কাৰ্যালয়ত দুৰ্বৃত্তই মঙলবাৰে নিশা তাণ্ডৱ চলাই।
