34
আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলিঃ ৰাজ্যত জাপানীজ এনকেফেলাইটিচ বেমাৰে আতংকৰ সৃষ্টি কৰাৰ সময়তেই বিহালীতো ইতিমধ্যে তিনি শিশু আক্রান্ত হৈ চিকিৎসাধীন হোৱাৰ কথা জানিব পৰা গৈছে।
জানিব পৰা মতে ২ নং বৰজাৰণী গাৱৰ ৰুকচানা খাতুন(১০) গুটিবাৰী- ফাইৰিংবস্তিৰ খুচি দৈমাৰী (৭) আৰু মিজিকাৰ আচিছ ভূমিজ (৩) আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে৷